A REVIEW OF ASSAMESE SYNONYMS

A Review Of Assamese synonyms

A Review Of Assamese synonyms

Blog Article

ভূত, প্ৰেত, অপদেৱতা, উপদেৱতা, কালিকা, দেও, দেৱযোনি, প্রমথ, শিৱানুচৰ, প্রেতাত্মা, পিশাচ, পিশাচী, পিশাচিনী, ফিচাহিনী, কবন্ধ, কন্ধ, তাল, বেতাল, বুঢ়া-ডাঙৰীয়া, ডাঙৰীয়া, বাঁক, ঘোৰাপাক, ডাইনী, ভূতুনী, আলষণী, ঘৰ-জেউতি, হাটোৱালী, বাটোৱালী, খেতৰ, খেতৰী, দ’ত, কালধূমা, যখিনী, যখ৷

If by any chance you see an inappropriate comment when navigating by way of our Web page be sure to use this way to let us know, and we read more are going to care for it Soon.

ইষুধি, কঁড়ীয়া, তূণ, তূণীৰ, নিষ, নিষংগ, বাণাধাৰ, বাণাধি, বাণাশ্ৰয়, শৰধি, শৰাধাৰ, শৰাশ্ৰয়৷

অপণ্য, অপৰাধ, কলিমল, কলুষ, কল্ক, কল্মষ, কিণ্ব, কুৰ্বুৰ, পাতক, পাপ, প্ৰত্যবায়৷

অকুপ্য, অগ্নিবীৰ্য, অগ্নিভ, অগ্নিৰেতঃ, কনক, কলধূত, কাঞ্চন, কৰ্বুৰ, চামীকৰ৷ দ্ৰৱিণ, নিষ্ক, পিঞ্জন, পুৰট, মহাধাতু, সুৱৰ্ণ, সোণ, সোণা, স্বৰ্ণ, হাটক, হিৰণ, হিৰণ্য, হেম, ৰুক্ন৷

কাছাৰী, ন্যায়ালয়, ন্যায়াধিকৰণ, বিচাৰালয়৷

অগ্নিকুমাৰ, অগ্নিজ, আম্বিকেয়, কাৰ্তিক, কাৰ্তিকেয়, কুমাৰ, কৃত্তিকাসুত, ক্ৰৌঞ্চাৰতি, গুহ, তাৰকাৰি, তাৰহা, দেৱসেনাপতি, নমুচি, বৰ্হিবাহন, বহুলেয়, বিশাখ, শক্তিপাণি, শক্তিধৰ, শৰজ, শৰজন্মা, শিখিধ্বজ, শিখিবাহন, ষড়ানন, ষাণ্মাতুৰ, সিদ্ধসেন, সুব্ৰহ্মণ্য, সৌৰসেন, স্কন্দ৷

অনশন, অনাহাৰ, অভক্ষণ, অভোজন, নিৰাহাৰ, নিশি পালন, বৰত, ব্ৰত, লঘোন৷

অহা-যোৱা, আয়াযাত, গতায়াত, গমনাগমন, যাতায়াত, সমাগম৷

অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অকল্যাণ, অনিষ্ট, অন্যায়, অভিচাৰ, অহিত, ক্ষতি৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

অভিহত, আঘাতপ্রাপ্ত, উপহত, ঘাইল, জখম, সমাহত৷

অধিমূল্য, অৰ্ঘ, দৰ, দাম, নিৰিখ, ভাও, মূল্য৷

Report this page